Assamese Sad WhatsApp Video Status

Assamese Sad WhatsApp Video Status

১।


তোমাৰ
কাৰনে পগলা বাবেইটো
আনৰ কথা ভাবিব নোৱাৰো
মই

 Sad Story By RJ Pahi | WhatsApp Video Status



২।



কাষত কোনো নাই বুলি মন
বেয়া কৰিব নালাগে,
কাৰণ,
এই পৃথিৱীত নিজতকৈ ভাল সংগী 
আৰু কোনোৱে নাই।
সেয়ে,বিশ্বাস সদায় নিজৰ
ওপৰত ৰাখিব লাগে।

Tumi Tu Janai By Zubeen Garg | WhatsApp Video Status


৩।


কিছু সময়
নিজৰ বাবেও উলিয়াবলৈ
শেষ্ঠা কৰিবা বন্ধু,
এই স্বাৰ্থপৰ দুনিয়াত 
কোনোয়ে নকয়,
" ভাগৰি পৰিছা তুমি
অলপ আৰাম কৰি লোৱা "

Jibonare  Proti...Pol Jar Babe By Zubeen Garg | WhatsApp Video Status



Post a Comment

0 Comments