Assamese Whatsapp Video Status

Assamese Whatsapp Video Status

১।

জীৱনত 
কষ্ট পোৱাও বহুত দৰকাৰ
তেতিয়াহে
মানুহে নিজৰ ভৰিৰ ওপৰত 
থিয় হ'ব পাৰে।

Din Ny Ratio Nopowai | WhatsApp Video Status 


২।

এসময়ত যিয়ে কৈছিল
"মোৰ লগত সদায় থাকিবা"
এতিয়া তেওঁক দূৰবীনেৰে চালেও
দেখা নাপায়।

Mon Gole Mor Kakhole|Zubeen Garg |Assamese Whatsapp Video Status


৩।

এখন ধুনীয়া মুখ বয়সৰ লগত বুঢ়া হৈ যায়।
এটা ধুনীয়া শৰীৰ বয়সৰ লগত বুঢ়া হৈ যায়।
কিন্তু,
এখন ধুনীয়া হৃদয় সদায় একে দৰেই থাকে,
কেতিয়াও বয়সৰ লগত সলনি হৈ নাযায়।

Rati Rati Zubeen Garg| WhatsApp Video Status 


Mod Arim Buli Mamon Bahu Khapat Khalo | WhatsApp Video Status 


Post a Comment

0 Comments