Some Assamese Quotes On Life With Images And Shayari

Some Assamese Quotes On Life With Images And Shayari


১.


৫ টকীয়া নোটৰ দৰেহৈ গৈছে জীৱনটোচলে, কিন্তুফটা অৱস্থাত।


২.


দ্বিতীয় সুযোগ কেৱলকাহিনীয়ে দিব পাৰে,জীৱনে নহয়।


৩.


এবাৰ মাথোঁ মোৰ মনৰ
কিতাপখন মেলি চোৱা,
প্ৰথম পৃষ্ঠা পৰা শেষলৈ
কেৱল তুমি, তুমি আৰু তোমাৰ
নামেই পাবা ।



.


ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায়,
কোনো আপোন নহয়,
আৰু
মনত ভাবি ললে,
কোনো পৰ নহয়।



৫.


আমাৰ চকুজুৰিয়ে সাধাৰণতে
সেইবোৰ বস্তুহে পচন্দ কৰে,
যাক সহজতে পাবলৈ কঠিন।


Post a Comment

0 Comments